অসম সাহিত্য সভাঅসমখনলৈকে

অসম ৰাজ্যিক পৰিবহন নিগম (Assamese) [ Roman: o.xom ra.jyik po.ri.bo.hon ni.gom]
Contributed by: Partha P Sarmah on 2011-02-26
1. (Proper Noun-Neuter) a state run transport service provider within Assam and neighbouring states. Initially a department of Govt. of Assam,it was converted to a corporation in 1970. অসম চৰকাৰৰ অধীনত অসমৰ ভিতৰত আৰু ওচৰ চুবুৰীয়া ৰাজ্যৰ সৈতে বাছসেৱা আগবঢ়োৱা এটা পথ পৰিবহন নিগম৷ ই অসমৰ মূল পথ পৰিবহন ব্যৱস্থা৷